কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বিমোহনbimohanaAdjective
মুগ্ধ
charmed; enchanted
- বিমোহিতbimohitaAdjective
মুগ্ধ
charmed; enchanted
- বিমোৰbimoraAdjective
বিবুদ্ধি
perplexed
- বিম্বিতbimbitaAdjective
প্ৰতিফলিত
reflected
- বিমৰ্ষbimarṣaAdjective
বিমন; মন মৰা; দুঃখিত
cheerless
- বিমৱশ্যকাৰীbimawaśyakārīAdjective
সম্যক বিবেচনাৰে কাম কৰোঁতা।
- বিযুক্তbiyuktaAdjective
বিচ্ছিন্ন; যি পৱথক হৈ গৈছে।
- বিযুৰীয়াbiyurīẏāAdjective
যোৰৰ এটা নথকা; একণীয়া; যোৰ ভগা
without one of a pair
- বিলকুলbilakulaAdjective
সম্পূৰ্ণ।
- বিলক্ষণbilakṣaṇaAdjective
বিভিন্ন
separate
- বিলক্ষণীয়াbi.lo.khyo.ni.yaProper Adj.
কিবা এটা বেয়া হোৱাৰ সংকেত দিয়া।
showing signs that something bad will happen.
- বিলগbilagaAdjective
বেলেগ; পৱথক; যি লগ এৰে
separate
- বিলগতীয়াbi.lo.go.ti.yaProper Adj.
বেলেগে থকা বা বাস কৰা
living or remaining separately
- বিলনীয়াbilanīẏāAdjective
ধন নোলোবাকৈ বিলাই দিয়া (বস্ত্ত)
distributed gratis
- বিলম্বিতbi.lom.bi.toVerbal Adj.
প্ৰয়োজনতকৈ বেছি সময় লাগি কাম সমাধা কৰা অথবা এঠাইৰ পৰা আন ঠাইলৈ যাবলৈ প্ৰয়োজনতকৈ বেছি সময় লগা |
Taking relatively long time to do a thing
- বিলসীয়াbilasīẏāAdjective
বিলাসী।
- বিলাত ফেৰৎbi.lat phe.rotProper Adj.
বিলাতৰ পৰা (উচ্চ)শিক্ষা (লগতে কিছু বিদেশী আদব কায়দাও)লৈ দেশলৈ ঘূৰি অহা লোক।
(an Indian)somebody who returned from the West, especially the UK or the USA usually after studying there.
- বিলাপbilāpaAdjective
বিননি; খেদ; গুণ বৰ্ণাই কৰা শোক
lamentation
- বিলাসপ্রিয়bi.lax.pri.yoProper Adj.
অতিশয় আৰামদায়ক বা আভিজাত্যপূৰ্ণ জীৱনৰ উপযোগী৷
Extremely comfortable or conductive to sumptuous living.
- বিলাসপৰায়ণbi.lax.po.ra.yonProper Adj.
অতিশয় আৰামদায়ক বা আভিজাত্যপূৰ্ণ জীৱনৰ উপযোগী৷
Extremely comfortable or conductive to sumptuous living.