← ফুৰি যাওক

বিলাত ফেৰৎ

bi.lat phe.rot

অৰ্থ

1.

বিলাতৰ পৰা (উচ্চ)শিক্ষা (লগতে কিছু বিদেশী আদব কায়দাও)লৈ দেশলৈ ঘূৰি অহা লোক।

(an Indian)somebody who returned from the West, especially the UK or the USA usually after studying there.

প্ৰকৃত বিশেষণ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

বিলাত ফেৰৎ · অসমীয়া অভিধান