← ফুৰি যাওক

বিযুৰীয়া

biyurīẏā

অৰ্থ

1.

যোৰৰ এটা নথকা; একণীয়া; যোৰ ভগা

without one of a pair

বিণ.

2.

সমান আকাৰ বা বলৰ নোহোবা

of unequal size or strength; ill-matched

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

বিযুৰীয়া · অসমীয়া অভিধান