কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বেলেগ কৰ্be.leg korVerb-Trans.
কোনো মানুহ,বস্তু আদি এটাৰ পৰা আনটো নিলগাই ৰখা আৰু ভিন্ন ব্যৱহাৰ কৰা
to isolate, keep some people or something separately from other and treat them differently
- বেলেগকৈbe.leg.koiAdverb
Distinctly different parts or units
- বেলেগাbelegāTransitive verb
বিলগ কৰ্; পৱথক কৰ্
to separate; to keep apart
- বেলেগেbelegeAdverb
বিলগে; পৱথকে
separately
- বেলেগে বেলেগেbe.le.ge be.le.geAdverb
Distinctly different parts or units
- বেল্belTransitive verb
চেপি বা হেঁচি বহল কৰ্; যেনে-"লুচি বেলিছে"
to roll paste
- বেশবিন্যাসbex.bi.nyaxVerbal Noun
অঙ্গৰ শোভা সম্পাদন অৰ্থাৎ শোভা বৃদ্ধিৰ বাবে সুগন্ধি বস্তুৰে কৰা শৰীৰ লেপন
the act or process of dressing or grooming oneself
- বেষ্টনকৰণbes.ton.ko.ronVerbal Noun
(কিহবাক) বেৰি ধৰা কাৰ্য্য
the act of surrounding (something)
- বেসাbesāTransitive verb
বেহা কৰ্; বেচা-কিনা কৰ্
to trade; to buy and sell
- বেহাbehāNoun
বেপাৰ; লাভৰ কাৰণে বেচা-কিনা কৰা কাৰ্য্য
trade
- বেড়াbeṛāIntransitive verb
ফুৰ্
to walk; to roam about
- বেয়া হbe.ya hoVerb-Intran.
সঁচা বা ঠিক অবস্থাৰ পৰা পিছল্ বা লৰচৰ হ; ভাল বা সুস্থ অৱস্থা এৰ্
to be altered from normal or healthy state or to go out of order
- বেয়াকৈbe.ya.koiAdverb
যিধৰণৰ আশা কৰা হৈছিল, তাতকৈ নিম্ন মানৰ ফল পোৱা বা কাম কৰা
done in a manner inferior to the expected quality
- বেৰberaNoun
ঘৰৰ আবৰণ বা বাব
a house- wall
- বেৰাberāTransitive verb
আনৰ দ্বাৰায় বেৰ দিওবা
to cause to be enclosed
- বেৰি ধৰ্be.ri dhorVerb-Trans.
কিহবাক বা কাৰোবাক সকলো দিশৰে পৰা কেনিও আতৰি,পলাই যাব নোৱাৰাকৈ বন্ধ কৰা৷
To surround/enclose something or somebody completely in a circle.
- বেৰেbereAdverb
মেৰৰ জোখত; চাৰিওফালে মেৰাই লোবা জোখত
in circumference
- বে’চমতেbes.mo.teAdverb
done without errors or mistakes
- বৈ পৰ্boi porVerb-Intran.
সোঁতৰ সৈতে গতি কৰ্
to move along a slope or gradient
- বৈ যাboi jaVerb-Intran.
সোঁতৰ সৈতে গতি কৰ্
to move along a slope or gradient