← ফুৰি যাওক

বেৰি ধৰ্

be.ri dhor

অৰ্থ

1.

কিহবাক বা কাৰোবাক সকলো দিশৰে পৰা কেনিও আতৰি,পলাই যাব নোৱাৰাকৈ বন্ধ কৰা৷

To surround/enclose something or somebody completely in a circle.

সকৰ্মক ধাতু

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

বেৰি ধৰ্ · অসমীয়া অভিধান