← ফুৰি যাওক

বেৰ

bera

অৰ্থ

1.

ঘৰৰ আবৰণ বা বাব

a house- wall

বি.

2.

কোনো বস্ত্তৰ মেৰ বা পৰিধি

the circumference of a thing

বি.

3.

বাৰেৰে ঢাক্; বেৰ দি

to surround with a wall

সক. ধা.

4.

কেয়োফালৰপৰা আগুৰ্; . কৱদ

to surround

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ