কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বহিৰেতাbo.hi.re.taProper Noun
One of the Trimurti, the three primary aspects of the divine in Hinduism. Other of the Trimurti are Brahma and Vishnu. In the Trimurti system, Brahma is the creator, Vishnu is the maintainer or preserver, and Shiva is the destroyer or transformer.Shiva is usually worshipped as the Shiva linga. In images, he is generally represented as immersed in deep meditation or dancing the Tandava upon the demon of ignorance in his manifestation of Nataraja, the lord of the dance.
- বহিৰ্গমনbahirgamanaNoun
বাহিৰলৈ যোবা বা ওলোবা কাৰ্য্য
act of coming or going out
- বহিৰ্জগতbahirjagataNoun
বাহিৰৰ দৱশ্যমান জগত; এখন ঠাইৰ সম্পৰ্কত জগতৰ আন সকলো ঠাই।
- বহিৰ্দ্বাৰbahirdbāraNoun
বাজ-দুবাৰ; বাহিৰৰ দুবাৰ
a gateway
- বহিৰ্বাণিজ্যbahirbāṇijyaNoun
আন দেশৰ লগত কৰা বেহা- বেপাৰ।
- বহিৰ্বাহনbo.hir.baProper Noun
শিৱৰ বৰপুত্ৰ ৷ সকলো দেৱতাৰ ভিতৰতে দেখিবলৈ ধুনীয়া ৷
Elder son of the lord Siva. A beautiful God among all the gods.
- বহিৰ্বিশ্বAbstract Noun
পৃথিৱী ভিন্ন অন্য প্ৰান্ত
outside world
- বহিৰ্বিশ্বৰ প্ৰাণীbo.hir.bis.wor pra.niCommon Noun
পৃথিৱী ভিন্ন আন গ্ৰহৰ জীৱ
- বহিৰ্ভাগbo.hir.bhagAbstract Noun
ভিতৰৰ পৰা দূৰৰ ফালৰ দিশ
In a direction away from the inside.
- বহীbahīNoun
আখৰ আৰু হিচাপ আদি লিখিবলৈ জাপ কৰি বান্ধি লোবা কাকত
an account book
- বহু-বিবাহbahu-bibāhaNoun
এজন মুনিহে কেইবাজনী তিৰোতা বিয়া কৰা নিয়ম
polygamy
- বহুগামীতাbo.hu.ga.mi.taAbstract Noun
কোনো পুৰুষৰ একেসময়তে কেইবাগৰাকীও পত্নী গ্ৰহণ কৰা প্ৰথা৷
the practice of a man of having more than one wife at the same time; the custom that allows a man to have more than one wife at the same time.
- বহুগুচ্ছীয়Noun
বহুগুচ্ছীয়
বহুগুচ্ছীয়
- বহুতAdjective
বহু
much; many
- বহুতলকbo.hu.to.lokCommon Noun
বহু তল বিশিষ্ট গোটা আকৃতি।
a solid figure having many faces.
- বহুত্বNoun
অধিক পৰিমাণ; আধিক্য; প্ৰচুৰত
abundance
- বহুত্ববাদbo.hut.to.badAbstract Noun
বহু মানুহ, গোট, জাতি, ধৰ্ম, বিশ্বাস, মত আদিৰ সহাৱস্থানত কৰা বা থকা আস্থা৷
the belief in the coexistence and rights of different groups of people, believs and opinions.
- বহুদৰ্শিতাbo.hu.dor.xi.taAbstract Noun
কোনো কাৰ্য্য অথবা ঘটনাৰ পৰা আহৰণ কৰা কৌশল তথা জ্ঞান ৷
The accumulation of knowledge or skill that results from direct participation in events or activities.
- বহুনাbahunāNoun
হাতীৰ গলধন বা কান্ধত মাউত বহা ঠাইডোখৰ
the part of the shoulder of an elephant where the driver sits
- বহুনা-খুটিbahunā-khuṭiNoun
তাঁত-শালত শিপিনী বহা পাটচলাৰ তলত পুতি দিয়া খুঁটি
the legs of the stool on which the weaver in an Assamese loom sits