← ফুৰি যাওক

বহুত্ববাদ

bo.hut.to.bad

অৰ্থ

1.

বহু মানুহ, গোট, জাতি, ধৰ্ম, বিশ্বাস, মত আদিৰ সহাৱস্থানত কৰা বা থকা আস্থা৷

the belief in the coexistence and rights of different groups of people, believs and opinions.

গুণবাচক বিশেষ্য

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

বহুত্ববাদ · অসমীয়া অভিধান