← ফুৰি যাওক

বহুনা

bahunā

অৰ্থ

1.

হাতীৰ গলধন বা কান্ধত মাউত বহা ঠাইডোখৰ

the part of the shoulder of an elephant where the driver sits

বি.

2.

নাবৰ গুৰিয়াল বা ব'ঠা বাওঁতাজন বহী ঠাই

the part of an Assamese boat where the steersman or the rower sits

বি.

3.

পকা তেলীশালত প'লা বা বেতেৰিৰ তলত দিয়া কাঠডোখৰ।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ