কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘হ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- হুম্-হুমনিNoun
হুম্ হুম্ কৰা কাৰ্য্য; অক. ধা. হুম্হুমা
to rumble or roar
- হুলhulaNoun
সৰু কাঁইট বা জোঙা বস্ত্ত
small thorn or pointed thing
- হুলদিলhuladilaNoun
হুলস্হূল; তোলপাৰ
tumult; sensation
- হুলস্থূলhu.los.thulAbstract Noun
চিয়ঁৰ-বাখৰ, শৃঙ্খলাহীন আৰু বিমোৰত পৰা এক অৱস্থা
a state of commotion and noise and confusion; violent agitation
- হুলস্হূল্hulashūlNoun
তোলপাৰ; গোলমাল
tumult; disturbance
- হুলাhulāNoun
মাটি খোঁচা এমূৰ জোঙা ফলীয়া বাঁহ
a piece of pointed split bamboo used for turning up earth
- হুলা বাৰিhu.la ba.riMaterial Noun
ধানৰ ডাঙৰি কঢ়িওৱা দুই মূৰ জোঙা এডাল সৰু ফলা বা গোটা বাঁহ ৷
A split or solid piece of bamboo with pointed ends used in carrying sheaves of paddy on the shoulder.
- হুলা মাৰিhu.la ma.riMaterial Noun
ধানৰ ডাঙৰি কঢ়িওৱা দুই মূৰ জোঙা এডাল সৰু ফলা বা গোটা বাঁহ ৷
A split or solid piece of bamboo with pointed ends used in carrying sheaves of paddy on the shoulder.
- হুলাংhulāmNoun
ধানৰ ডাঙৰি বা খেৰ আদি কঢ়িওবা দুই মূৰ জোঙা বাঁহ; বিৰীয়া
a piece of bamboo with pointed ends used for carrying sheaves of paddy, etc. on the shoulder
- হুলাংবাৰিhulāmbāriNoun
ধানৰ ডাঙৰি বা খেৰ আদি কঢ়িওবা দুই মূৰ জোঙা বাঁহ; বিৰীয়া
a piece of bamboo with pointed ends used for carrying sheaves of paddy, etc. on the shoulder
- হুলাংমাৰিhulāmmāriNoun
ধানৰ ডাঙৰি বা খেৰ আদি কঢ়িওবা দুই মূৰ জোঙা বাঁহ; বিৰীয়া
a piece of bamboo with pointed ends used for carrying sheaves of paddy, etc. on the shoulder
- হুলাবাৰিhulābāriNoun
ধানৰ ডাঙৰি বা খেৰ আদি কঢ়িওবা দুই মূৰ জোঙা বাঁহ; বিৰীয়া
a piece of bamboo with pointed ends used for carrying sheaves of paddy, etc. on the shoulder
- হুলামাৰিhulāmāriNoun
ধানৰ ডাঙৰি বা খেৰ আদি কঢ়িওবা দুই মূৰ জোঙা বাঁহ; বিৰীয়া
a piece of bamboo with pointed ends used for carrying sheaves of paddy, etc. on the shoulder
- হুলিয়াhu.li.yaMaterial Noun
মানুহৰ গাত থকা অতি সৰু ক’লা সাঁচ ৷
a natural dark-brown small spot on the human skin.
- হুলিয়া-জাৰিhuliẏā-jāriNoun
পলাই যোবা জগৰীয়া মানুহ চিনিবৰ কাৰণে তাৰ আকাৰ-প্ৰকাৰ আৰু গাৰ চিন বুজাই প্ৰকাশ কৰা ঘোষণা
a proclamation giving the description of a deserting offender for his identification
- হুলুঙ্গাhu.lun.gaMaterial Noun
ধানৰ ডাঙৰি কঢ়িওৱা দুই মূৰ জোঙা এডাল সৰু ফলা বা গোটা বাঁহ ৷
A split or solid piece of bamboo with pointed ends used in carrying sheaves of paddy on the shoulder.
- হুৰ-পিঠাhura-piṭhāNoun
"মদ-পিঠা" চোবাঁ।
- হুৰ-মুৰhur-murAbstract Noun
কিবা কাম অতি খৰকৈ কৰাৰ প্ৰয়োজনীয়তা৷
urgent need of quick action;
- হুৰ-মূৰhura-mūraNoun
লৰালৰি; ততাতৈয়া; খৰধৰ; যেনে-"হুৰ্মূৰ যাত্ৰা যাৰ সৰ্ব্বসিদ্ধি তাৰ" (যোজোনা)
quick; prompt; expeditious
- হুৰমৎhur.motAbstract Noun
প্ৰশংসাসূচক এক বিশিষ্ট অনুভূতি, য’ত কাৰোবাক এক অতি উচ্চ আসনত ৰখা হয়
A feeling of appreciative, often deferential regard