← ফুৰি যাওক

হুলাংবাৰি

hulāmbāri

অৰ্থ

1.

ধানৰ ডাঙৰি বা খেৰ আদি কঢ়িওবা দুই মূৰ জোঙা বাঁহ; বিৰীয়া

a piece of bamboo with pointed ends used for carrying sheaves of paddy, etc. on the shoulder

বি.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

হুলাংবাৰি · অসমীয়া অভিধান