কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- সাৰ্বজনীনsārbajanīnaAdjective
সকলো লোকৰ, বিখ্যাত
universal; famous
- সাৰ্বভৈমকxar.bo.bhoi.mokProper Adj.
সকলো স্থান-কালৰ বাবে সঁচা, শুদ্ধ বা গ্ৰহণীয়
right,true or acceptable to all places and times
- সাৰ্ব্বকালীকsārbbakālīkaAdjective
সকলো কালৰ; চিৰন্তন
eternal
- সাৰ্ব্বজনিকxarb.bo.jo.nikProper Adj.
ৰাইজৰ অধিকাৰ থকা অথবা ৰাইজৰ লগত সম্পৰ্ক থকা ৷
Of or pertaining to the people; belonging to the people; relating to, or affecting, a nation, state, or community.
- সাৰ্ব্বজনিক, সাৰ্বজনিক; সাৰ্ব্বজনীন, সাৰ্বজনীনsārbbajanika, sārbajanika;, sārbbajanīna, sārbajanīnaAdjective
ৰাজহবা
public
- সাৰ্ব্বজনীনsārbbajanīnaAdjective
সকলো লোকৰ, বিখ্যাত
universal; famous
- সাৱধানxa.bo.dhanProper Adj.
সদায় সম্ভাৱ্য বিপদ সম্পৰ্কে সচেতন
always mindful of possible trouble
- সাৱধানীxa.bo.dha.niProper Adj.
সদায় সম্ভাৱ্য বিপদ সম্পৰ্কে সচেতন
always mindful of possible trouble
- সাৱলম্বীsa.bo.lom.biProper Adj.
লোকৰ ওপৰত নিৰ্ভৰ নকৰি নিজৰ জীৱিকাৰ বাবে নিজে উপাৰ্জন কৰা৷
one who does not rely on other
- সাৱলীলxa.wo.lilProper Adj.
সামান্য প্ৰচেষ্টা বা প্ৰয়াস প্ৰয়োজন হোৱা বা প্ৰদৰ্শন কৰা।
Requiring or exhibiting little effort or endeavor.
- সাৱশেষxa.wo.xexProper Adj.
আদিৰ পৰা অন্তলৈকে থকা, কোনো ভাগ বাদ নপৰা |
Having every necessary or normal part or component or step.
- সাৱহিতxa.bo.hitProper Adj.
সদায় সম্ভাৱ্য বিপদ সম্পৰ্কে সচেতন
always mindful of possible trouble
- সিঁচবতিsim̐cabatiAdjective
ছটিয়াই দিয়াৰ দবে অনেক ঠাই জুৰি থকা; সিঁচৰি- পিচৰি বিণ. লৰ্ব্বাং-তৰ্ব্বাং।
scattered about.
- সিঁচৰতিsim̐caratiAdjective
ছটিয়াই দিয়াৰ দবে অনেক ঠাই জুৰি থকা; সিঁচৰি- পিচৰি বিণ. লৰ্ব্বাং-তৰ্ব্বাং।
scattered about.
- সিঁচৰিsim̐cariAdjective
ছটিয়াই দিয়াৰ দবে অনেক ঠাই জুৰি থকা; সিঁচৰি- পিচৰি বিণ. লৰ্ব্বাং-তৰ্ব্বাং।
scattered about.
- সিংহবন্ধsiṃhabandhaAdjective
সিংহৰ কান্ধৰ দৰে ধুনীয়া আৰু শকত; যেনে-"কণক কণকাঞ্জলি সিংহবন্ধ কন্ধ" (দশম)।
- সিংহসদৃশxing.ho.xo.drixAdjective Adj.
সিংহৰ নিচিনা অথবা সিংহৰ চৰিত্ৰ থকা ৷
Of or characteristic of or resembling a lion.
- সিকিটীয়াsikiṭīẏāAdjective
সিকি এটাৰ মূল্যৰ; চাবি অনা দামৰ
valued at one fourth of a rupee.
- সিক্তsiktaAdjective
তিতা; জেকা
wetted; moistened.
- সিচঁৰিতProper Adj.
কোনো পৰিকল্পনা নোহোৱা, চাৰিওফালে অ’ত-ত’ত পৰি থকা
with no particular order or plan; not organized well