← ফুৰি যাওক

সিংহবন্ধ

siṃhabandha

অৰ্থ

1.

সিংহৰ কান্ধৰ দৰে ধুনীয়া আৰু শকত; যেনে-"কণক কণকাঞ্জলি সিংহবন্ধ কন্ধ" (দশম)।

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

সিংহবন্ধ · অসমীয়া অভিধান