কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বেগাই যাbe.gai jaVerb-Intran.
খৰকৈ আৰু ব্যস্তভাৱে যা
to move quickly and busily
- বেগাবেগিকৈbe.ga.be.gi.koiAdverb
অতি কম সময়ৰ ভিতৰত সমাপ্ত কৰি বা অতিপাত দ্ৰুত গতিত কৰি।
(a) done, proceeding, or occurring with promptness or rapidity, as an action, process. (b) Moving with great speed.
- বেগেতাইbegetāiAdverb
বেগতে; সোনকালে; ততালিকে
quickly; swiftly
- বেগেতেbe.ge.teAdverb
কোনো নিৰ্দ্দিষ্ট ঘটনাৰ পৰা কিছু সময়ৰ ভিতৰতে।
within a short period after a given event.
- বেগেৰেbe.ge.reAdverb
অতি কম সময়ৰ ভিতৰত সমাপ্ত কৰি বা অতিপাত দ্ৰুত গতিত কৰি।
(a) done, proceeding, or occurring with promptness or rapidity, as an action, process. (b) Moving with great speed.
- বেঙা মেলbe.nga melVerb-Trans.
দুই ভৰি বৰকৈ মেলি খোজ কাঢ় ৷
Walk with long, decisive steps in a specified direction.
- বেঙা মেল্Verb
দুই ভৰি বহুত অঁতৰাই থিয় হ; দুই ভৰি বৰকৈ মেলি খোজ কাঢ়্; দীঘল খোজ দি
to stride
- বেঙেতি চোবাbenge.ti so`.baVerb-Intran.
পোনপটীয়াকৈ সঁচা কথা নকৈ বিভ্ৰান্ত কৰিবলৈ ঘূৰাই-পকাই ক ।
Be deliberately ambiguous or unclear in order to mislead or withhold information.
- বেচা
কিনা বস্ত্তৰ মূল্য
price
- বেচিকৈbe.si.koiAdverb
অধিক পৰিমাণে থকা বা কিবা উপাৰ্জন কৰা৷
in large number or quantity.
- বেচ্becAdjective
ভাল; উত্তম
good; excellent
- বেছ্besVerb-Trans.
টকা অথবা তাৰ সমতুল্য মূল্য লৈ কোনো বস্তু হস্তান্তৰ কৰ ৷
Exchange or deliver for money or its equivalent.
- বেজাৰমনেAdverb
অসন্তোষেৰে
with discontent
- বেজি দেbe.ji deVerb-Trans.
বেজিৰে শৰীৰত জুলীয়া দৰৱ সুমাই দে
to push injection into the body
- বেজী দিয়াbe.ji di.yaVerbal Noun
ৰোগীৰ দেহত ছিৰিঞ্জেৰে ঔষধ সুমুৱাই দিয়া কাম ৷
Something that is injected, especially a dose of liquid medicine injected into the body with a syringe.
- বেজী দেbe.ji deVerb-Trans.
বেজিৰে শৰীৰত জুলীয়া দৰৱ সুমাই দে
to push injection into the body
- বেজ্বেজাbejbejāIntransitive verb
শৰীৰ বা মনত দুখ পা
to feel pained or distressed
- বেত দেbet deVerb-Trans.
কোনো মানুহ বা জন্তুক চমটাৰে কোবা।
to hit a person or an animal hard with a whip.
- বেতন দেbe.ton deVerb-Trans.
কোনো সেৱাৰ বাবে টকা বা ধন দে
pay money as a cost of a service acquired
- বেতাVerb-Trans.
কোনো মানুহ বা জন্তুক চমটাৰে কোবা।
to hit a person or an animal hard with a whip.