বেত দে
bet de
অৰ্থ
1.
কোনো মানুহ বা জন্তুক চমটাৰে কোবা।
to hit a person or an animal hard with a whip.
সকৰ্মক ধাতু
সমাৰ্থক শব্দ
2.
এছাৰি বা বেতেৰে কোবা বা প্ৰহাৰ কৰ্
to beat or hit with a goad or thin stick
সকৰ্মক ধাতু
সমাৰ্থক শব্দ
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ