← ফুৰি যাওক

বেঙা মেল্

অৰ্থ

1.

দুই ভৰি বহুত অঁতৰাই থিয় হ; দুই ভৰি বৰকৈ মেলি খোজ কাঢ়্; দীঘল খোজ দি

to stride

ক্ৰি.

2.

ভৰিৰ আঙুলিত ভৰ দি থিয় হ

to stand upon tip-toe

ক্ৰি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

বেঙা মেল্ · অসমীয়া অভিধান