কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘অ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- অনিন্দ্যanindyaAdjective
যাক নিন্দিব নোবাৰি; প্ৰশংসাৰ যোগ্য
unblamable; praiseworthy
- অনিন্দ্যকান্তিo.nin.dyo.kan.tiProper Adj.
দেখিবলৈ শুৱনি বা আকৰ্ষণীয় (পুৰুষৰ ক্ষেত্ৰত প্ৰযোজ্য)।
good looking or attractive (refers to a man).
- অনিন্দ্যসুন্দৰo.nin.dyo.xun.dorProper Adj.
দেখিবলৈ শুৱনি বা আকৰ্ষণীয় (পুৰুষৰ ক্ষেত্ৰত প্ৰযোজ্য)।
good looking or attractive (refers to a man).
- অনিপুনo.ni.punProper Adj.
পূৰাকৈ বিকশিত নোহোৱা; বয়স বা অভিজ্ঞতাৰ দিশৰ পৰা আশানুৰূপ জ্ঞানী বা নম্ৰ নোহোৱা
not fully developed, not being as wise and calm as people expect from one's age or experience
- অনিবাৰanibāraAdjective
অনিৰ্ব্বাৰ।
- অনিবাৰিতo.ni.ba.ri.toVerbal Adj.
যিটোক বাধা দিয়া হোৱা নাই
something that has not be checked
- অনিবাৰ্যanibāryaAdjective
যাক বাৰণ কৰিব নোবাৰি; অদম্য
irresistible
- অনিবাৰ্য্যanibāryyaAdjective
যাক বাৰণ কৰিব নোবাৰি; অদম্য
irresistible
- অনিমজanimajaAdjective
নিজম বা মিহি নোহোবা; খহটা; কৰ্কশ; ওখোৰা- মোখোৰা
rough to the touch; not smooth
- অনিমন্ত্ৰিতo.ni.mon.tritProper Adj.
যাক নিমন্ত্ৰণ কৰা হোৱা নাই ৷
Someone who has not been invited.
- অনিমিষanimiṣaAdjective
পচাৰ নপৰা (চকুৰ); নপচৰা (চকু)
unblinking (eye); steadfast
- অনিমেষanimeṣaAdjective
পচাৰ নপৰা (চকুৰ); নপচৰা (চকু)
unblinking (eye); steadfast
- অনিশ্চয়aniścaẏaAdjective
অঠাবৰ; অঠিক; অনিৰ্দ্দিষ্ট; নিশ্চয় বা ঠিক নোহোবা; স্হিৰ নোহোবা
uncertain
- অনিষিদ্ধaniṣiddhaAdjective
কোনো নিয়মে বা বিধিয়ে মানা নকৰা
not forbidden by any rule
- অনিষ্টকাৰকAdjective
অপকাৰী; অন্যায়কাৰী; অহিতকাৰী
injurious
- অনিষ্টকাৰীAdjective
অপকাৰী; অন্যায়কাৰী; অহিতকাৰী
injurious
- অনিষ্টকৰAdjective
অপকাৰী; অন্যায়কাৰী; অহিতকাৰী
injurious
- অনিষ্টজনকo.nis.to.jo.nokProper Adj.
হানি বা আঘাট কৰিবলৈ ক্ষমতা থকা৷
able to cause harm or hurt
- অনিষ্ঠীaniṣṭhīAdjective
নিষ্ঠাহীনা; আচৰণহীনা; অনিষ্টকাৰী। "হাওৰে পাপিষ্ঠী পৰম অনিষ্ঠী, নুছুবি নুছুবি মোক" (মা.ক. অযোধ্যা-কাণ্ড)।
- অনিয়ন্ত্ৰিতo.ni.yon.tri.toProper Adj.
নিজক নিয়ন্ত্ৰণ কৰিব নোৱৰা৷
lacking in moderation or self-control, esp. of sexual desire, urination and defecation.