কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘শ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- শিলান্যাসxi.la.nyaxVerbal Noun
কিহবাৰ আধাৰশিলা স্থাপন কৰা কাৰ্য্য
the act of laying the foundation stone of something
- শিলান্যাস কৰ্xi.la.nyax korVerb-Trans.
(কিহবাৰ) আধাৰশিলা স্থাপন কৰ্
to lay the foundation stone (of something)
- শিলাময় কৰ্xi.la.moy korVerb-Trans.
to convert something into a fossil
- শিল্পায়নxil.pa.yonVerbal Noun
ব্যাপক পৰিসৰত উদ্যোগ গঢ়ি তোলা
development of industry in a large scale
- শিশুবধVerbal Noun
কেঁচুৱাক বধ কৰা কাৰ্য্য
the act of killing an infant
- শিশুহত্যাxi.xu.hot.yaVerbal Noun
কেঁচুৱাক বধ কৰা কাৰ্য্য
the act of killing an infant
- শিহৰণ তোল্xi.ho.ron to`lVerb-Intran.
আবেগ বা অনুভূতি জগাই তোলা
to arouse or stir up the emotions or feelings
- শিহৰিতxi.ho.ri.toVerbal Noun
আনন্দত, আবেগত অথবা কোনো সংবেদনৰ প্ৰভাৱত শিয়ৰি উঠা
affected with a sudden wave of keen emotion or excitement, as to produce a tremor or tingling sensation through the body
- শিহৰ্xi.horVerb-Intran.
ভয়, জাৰ, ঘৃণা আদিৰ কাৰণে হোৱা শিহৰণ আৰু তাৰ ফলত গাৰ নোম থিয় হ |
Cause (someone's) hair to stand on end and to have goosebumps.
- শিয়ঁৰি উঠ্xi.yo~.ri uthVerb-Intran.
ভয়, জাৰ, ঘৃণা আদিৰ কাৰণে হোৱা শিহৰণ আৰু তাৰ ফলত গাৰ নোম থিয় হ |
Cause (someone's) hair to stand on end and to have goosebumps.
- শিয়াśiẏā
root
- শিয়ৰ্śiẏarIntransitive verb
জাৰ, ভয়, আশ্চৰ্য্য আদি অস্বাভাবিক বোধৰপৰা গাৰ নোম থিয় হ
to bristle or stand on end, as hair of the body
- শিৰ নত কৰ্xir no.to korVerb-Intran.
সন্মুখলৈ হালি মূৰ তললৈ কৰি সন্মান জনোৱা
To show respect by bending forward at the waist
- শিৰচ্ছেদ কৰ্xi.ros.sed korVerb-Trans.
(কোনো) ব্যক্তিৰ মূৰটো দেহৰ পৰা বিচ্ছিন্ন কৰ্।
Cut the head off (a person), esp. as execution.
- শিৰত লxi.rot loVerb-Trans.
সন্মানেৰে গ্ৰহণ কৰ্, বিশেষকৈ আশীষ, শুভেচ্ছা আদি
to accept respectfully, especially blessings, good wishes etc.
- শিৰোগত কৰ্xi.ro`.go.to korVerb-Trans.
সন্মানেৰে গ্ৰহণ কৰ্, বিশেষকৈ আশীষ, শুভেচ্ছা আদি
to accept respectfully, especially blessings, good wishes etc.
- শীঘ্ৰেxi.ghreAdverb
কোনো নিৰ্দ্দিষ্ট ঘটনাৰ পৰা কিছু সময়ৰ ভিতৰতে।
within a short period after a given event.
- শীঘ্ৰে বেগাইAdverb
সোনকালে
quickly; without delay
- শীতনিদ্ৰাxi.to.ni.draVerbal Noun
(কিছুমান স্তন্যপায়ী, সৰীসপ আৰু উভচৰ প্ৰাণীয়ে) শীতকাল চোৱা কোনো বন্ধ ঠাইত বা গাঁতত সুপ্ত অৱস্থাত কটোৱা কাৰ্য্য, যেতিয়া ইহঁতৰ হজমী প্ৰক্ৰিয়া অত্যন্ত স্তিমিত হৈ যায় ৷
(of some mammals, reptiles, and amphibians) the act of passing the winter in cose quarters in a dormant condition with metabolism greatly slowed down
- শুংশুঙাśuṃśuṅāIntransitive verb
বিছাৰ নোম বা তাৰ নিচিনা শুঙে বিন্ধা বোধ হ; বিজ্বিজা; যেনে-"গাটো শুংশুঙাইছে"
to feel an itching sensation