← ফুৰি যাওক

শিয়ঁৰি উঠ্

xi.yo~.ri uth

অৰ্থ

1.

ভয়, জাৰ, ঘৃণা আদিৰ কাৰণে হোৱা শিহৰণ আৰু তাৰ ফলত গাৰ নোম থিয় হ |

Cause (someone's) hair to stand on end and to have goosebumps.

অকৰ্মক ধাতু

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

শিয়ঁৰি উঠ্ · অসমীয়া অভিধান