← ফুৰি যাওক

শিৰোগত কৰ্

xi.ro`.go.to kor

অৰ্থ

1.

সন্মানেৰে গ্ৰহণ কৰ্, বিশেষকৈ আশীষ, শুভেচ্ছা আদি

to accept respectfully, especially blessings, good wishes etc.

সকৰ্মক ধাতু

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

শিৰোগত কৰ্ · অসমীয়া অভিধান