কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ফ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ফিক্phikIntransitive verb
উখহ্; বাঢ়্; বৱদ্ধি পা
to swell; to rise
- ফিচিকাphi.si.kaVerbal Adj.
অলপ অলপ ফটা (পুৰণি কাপোৰ)
slightly torn (old cloth)
- ফিচিক্phicikIntransitive verb
ছুলেই বা অলপকৈ টানিলেই ফাট্ (কাপোৰ); পুৰণি কাপোৰৰ নিচিনা অলপ অলপ ফাট্
to be easily or slightly torn, as a cloth
- ফিট খাfit khaVerb-Trans.
জৰী জোৰকৈ টানি বান্ধ্ ৷
To draw the string tight in binding.
- ফিটাphi.taVerb-Trans.
জৰী জোৰকৈ টানি বান্ধ্ ৷
To draw the string tight in binding.
- ফিন্দাTransitive verb
ওফন্দা; টনটন কৰ্
to cause to swell or inflate; to make tight; to gird up
- ফিন্দ্phindIntransitive verb
ওফন্দ্
to swell; to be inflated
- ফিন্দ্phin.doVerb-Intran.
সাধাৰণ আকাৰতকৈ ডাঙৰ হৈ পৰ্
to become larger and rounder than usual; to (cause to) increase in size or amount
- ফিৰাphirāIntransitive verb
ফুৰণি ধৰ্; যেনে-"শিৰ ফিৰাবতঃ নয়ন বুলাবতঃ ঘন ঘন আবত হামি" (বৰগীত)
to feel giddy or whirling of the head
- ফিৰাই দেphi.rai deVerb-Intran.
আগেয়ে অৱস্থান কৰা ঠাই, স্থান বা অৱস্থালৈ পুণৰ অহা বা যোৱা
to go or come back, as to a former place, position, or state
- ফিৰ্phirIntransitive verb
ফুৰ্; ভ্ৰমণ কৰ্
to walk about
- ফিৰ্Verb-Intran.
আগেয়ে অৱস্থান কৰা ঠাই, স্থান বা অৱস্থালৈ পুণৰ অহা বা যোৱা
to go or come back, as to a former place, position, or state
- ফু কৰ্phu korVerb-Trans.
মুখেৰে বায়ু বা গেছীয় পদাৰ্থ জোৰে বাহিৰলৈ উলিয়া|
to send forth a current of air or other gas.
- ফু দেphu deVerb-Trans.
মুখেৰে বায়ু বা গেছীয় পদাৰ্থ জোৰে বাহিৰলৈ উলিয়া|
to send forth a current of air or other gas.
- ফুঁই মাৰphu~i marVerb-Trans.
মুখেৰে বায়ু বা গেছীয় পদাৰ্থ জোৰে বাহিৰলৈ উলিয়া|
to send forth a current of air or other gas.
- ফুঁকphu~kVerb-Trans.
মুখেৰে বায়ু বা গেছীয় পদাৰ্থ জোৰে বাহিৰলৈ উলিয়া|
to send forth a current of air or other gas.
- ফুক ফুNoun
ফু মৰা কাৰ্য্য
the current of air produced in blowing with the mouth; the act of blowing
- ফুকাphukāIntransitive verb
প্ৰসব কৰ্; জন্ম দি
to give birth to
- ফুঙ্ক্phuṅkIntransitive verb
বজা; ফু দি
to play on a musical instrument (by blowing)
- ফুচফুচাphus.phu.saVerb-Intran.
সৰুকৈ কথা ক৷
to talk in a very low voice.