কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘জ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- জপ্জপাIntransitive verb
জপ্জপ্ শব্দ কৰ্।
- জপ্যjo.pyoVerbal Adj.
ধ্যান বা জপ কৰাৰ যোগ্য
fit to be meditated upon
- জবকিয়াTransitive verb
জবকাৰে জাবৰ আদি গুচা
to rake
- জবান দেjo.ban deVerb-Trans.
কোনো এটা কাম কৰা হ`ব বা নহ`ব বুলি ঘোষণা কৰ্
to declare that something will or will not be done, given, etc
- জব্দ কৰ্job.do korVerb-Trans.
Take possesion of forcibly or by legal power
- জবৰদস্তি কৰ্jo.bor.dos.ti korVerb-Trans.
নকৰিলে বেয়া পৰিণতি হোৱাৰ ভয় দেখুৱাই কোনো কাম কৰিবলৈ ক।
to force to do something by threatening of dare consequence if not done.
- জমাjamāTransitive verb
গোটা; সংগ্ৰহ কৰ্; সাঁচ্
to collect; to lay up
- জমা কৰ্jo.ma korVerb-Intran.
কোনো বস্তু ভৱিষ্যতে ব্যৱহাৰ কৰাৰ অৰ্থে সুৰক্ষিত স্থানত ৰখা
to keep something in a protected place for future use
- জম্jamIntransitive verb
গোট খা
to be collected
- জম্জমাIntransitive verb
বৰকৈ পোৰণিয়ে ধৰ্; বৰ বেদনা কৰ্
to cause a burning or severe pain
- জম্ভনjom.bhonVerbal Noun
পুৰুষ আৰু মহিলাৰ মাজত যৌন ক্ৰিয়া; যৌন সন্তুষ্টি নোহোৱা পৰ্য্যন্ত পুৰুষৰ যৌনাঙ্গ স্ত্ৰীৰ যোনিৰ ভিতৰলৈ সুমাই দি উত্তেজিত কৰা কাৰ্য্য।
The act of sexual procreation between a man and a woman; the man's penis is inserted into the woman's vagina and excited until orgasm and ejaculation occur.
- জল-প্লাৱিতjo.lo-pla.bi.toVerbal Adj.
পানীৰ তলত ভালকৈ বুৰা বা তল যোৱা ।
Something which have been immersed thoroughly or going into the deep of water.
- জলকjalakaNoun
চকমকনি; চক্মকীয়া পোহৰ; দীপ্তি
brilliant light; splendour
- জলক-তবক লাগ্jo.lok-to.bok lagVerb-Trans.
বৰ উজ্জ্বল কিৰণৰ প্ৰতাপত চকুৰে নেদেখা হ
to unable to see due to sudden exposure to bright light
- জলনিৰ্গমণjo.lo.nir.go.monVerbal Noun
জুলীয়া পদাৰ্থ ধীৰে-ধীৰে বাহিৰলৈ উলিয়াই নিয়া প্ৰক্ৰিয়া বা প্ৰণালী
the process or a method of draining or drawing off a liquid slowly
- জলন্তVerbal Adj.
জ্বলি থকা ।
Bright or glossy in appearance.
- জলবাতানুকূলনVerbal Noun
নতুন জলবায়ুৰ লগত খাপ খোৱা বা অভ্যস্ত হোৱা কাৰ্য
the process of being accustomed to a new climate
- জলমগ্নjo.lo.mog.noVerbal Adj.
পানীৰ তলত ভালকৈ বুৰা বা তল যোৱা ।
Something which have been immersed thoroughly or going into the deep of water.
- জলমগ্ন কৰ্jo.lo.mog.no korVerb-Trans.
কি কোনো ঠাই সম্পূৰ্ণকৈ পানীৰ তলত বা আন জুলীয়া পদাৰ্থৰ ৰখা৷যেনেঃ কৃত্ৰিম বানে গুৱাহাটী প্ৰায়ে জলমগ্ন/প্লাবিত কৰে৷
to submerge something/someplace in water/liquid; to completely cover something with water or other liquid.
- জলমলাjol.mo.laVerb-Intran.
কঁপি থকা যেন লগা পাতলীয়া পোহৰ দেখুওৱা৷
to shine with a soft light that seems to quiver.