← ফুৰি যাওক

জলমগ্ন কৰ্

jo.lo.mog.no kor

অৰ্থ

1.

কি কোনো ঠাই সম্পূৰ্ণকৈ পানীৰ তলত বা আন জুলীয়া পদাৰ্থৰ ৰখা৷যেনেঃ কৃত্ৰিম বানে গুৱাহাটী প্ৰায়ে জলমগ্ন/প্লাবিত কৰে৷

to submerge something/someplace in water/liquid; to completely cover something with water or other liquid.

সকৰ্মক ধাতু

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

জলমগ্ন কৰ্ · অসমীয়া অভিধান