← ফুৰি যাওক

জলক

jalaka

অৰ্থ

1.

চকমকনি; চক্মকীয়া পোহৰ; দীপ্তি

brilliant light; splendour

বি.

2.

জিলিক্; যেনে -"নিৰমল গগনে তাৰক যৈছে জলকে" (বৰগীত)।

অক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

জলক · অসমীয়া অভিধান