কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘দ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- দণ্ডNoun
শাস্তি
penalty; punishement
- দণ্ড-শাস্ত্ৰdaṇḍa-śāstraNoun
দণ্ড-বিধিৰ আইন
the science of criminal law
- দণ্ডকথাNoun
শাস্তি আদি; যেনে-"কাত কি দোষ, তাৰ দণ্ড-কথা কি থাবৰাব।" . কৱদ
punishment
- দণ্ডকাdaṇḍakāNoun
ৰাম বনলৈ গৈ নিবাস কৰা নৰ্ম্মদা আৰু গোদাবৰী নৈৰ মাজত থকা এখন বহল হাৰি; . পু. অ
name of a forest between the Narmadā and Godāvari rivers
- দণ্ডকাৰণ্যdon.do.ka.ro.nyoProper Noun
মহাভাৰতত উল্লেখিত এখন জংঘল৷ বৰ্তমান ছটিশগড় ৰাজ্যত এই নামৰ অৰণ্য আছে৷
Dandakaranya(found mentioned in Mahabharata) is a spiritually significant region in India. It is roughly equivalent to the Bastar division in the Chhattisgarh state in the central-east part of India.
- দণ্ডচিত্ৰdon.do.sit.roAbstract Noun
কোনো চলকৰ মান অনুসৰি অঁকা বিভিন্ন দৈৰ্ঘ্যৰ আয়তেৰে সূচোৱা পাৰিসাংখ্যিক তথ্য-সূচক চিত্ৰ।
a graphical representation of statistical data in the form of bars of different length corresponding to the values of the parameter.
- দণ্ডধৰdaṇḍadharaNoun
শাস্তি দিবৰ ক্ষমতা থকা লোক; . ৰজা
one having authority to punish ; a king
- দণ্ডপাটNoun
ৰজাৰ বাব; ৰাজত্ব; যেনে-"ভৰতে আসিয়া লৌক এহি দণ্ডপাট" (মা. ক., অযোধ্যাকাণ্ড)।
- দণ্ডপাণিdaṇḍapāṇiNoun
দণ্ডধৰ
staff-handed
- দণ্ডপালdaṇḍapālaNoun
মেজিষ্ট্ৰেট
a magistrate
- দণ্ডপালকdaṇḍapālakaNoun
মেজিষ্ট্ৰেট
a magistrate
- দণ্ডবতdaṇḍabataNoun
ডাঁৰৰ দৰে দীঘল হৈ মাটিত পৰি কৰা প্ৰণাম
prostration; the act of falling down at full length on the ground in veneration or humility
- দণ্ডবদ্ধdaṇḍabaddhaNoun
নিৰূপিত শাস্তি; যেনে-"কাত কি দোষ, তাৰ দণ্ডবদ্ধ কি থাববাব" (বুৰঞ্জী)
prescribed punishment
- দণ্ডাকাৰণ্যdaṇḍākāraṇyaNoun
ৰাম বনলৈ গৈ নিবাস কৰা নৰ্ম্মদা আৰু গোদাবৰী নৈৰ মাজত থকা এখন বহল হাৰি; . পু. অ
name of a forest between the Narmadā and Godāvari rivers
- দণ্ডাজ্ঞাdaṇḍājñāNoun
দণ্ডৰ আজ্ঞা; শাস্তি দিবলৈ কৰা আদেশ
an order of punishment; a sentence
- দণ্ডাদেশdaṇḍādeśaNoun
শাস্তিৰ হুকুম
sentence
- দণ্ডাধিকাৰdon.da.dhi.karCommon Noun
Official conducting a court for minor cases and preliminary hearings
- দণ্ডাধিকাৰীdaṇḍādhikārīNoun
দণ্ড দিয়াৰ গৰাকী; একশ্ৰেণীৰ বিচাৰক
magistrate
- দণ্ডাধীশdon.da.dhixCommon Noun
Official conducting a court for minor cases and preliminary hearings
- দণ্ডানুNoun
দণ্ডানু
দণ্ডানু