← ফুৰি যাওক

দণ্ডধৰ

daṇḍadhara

অৰ্থ

1.

শাস্তি দিবৰ ক্ষমতা থকা লোক; . ৰজা

one having authority to punish ; a king

বি.

2.

পাপৰ শাস্তি দিওঁতা ঈশ্বৰ; যেনে-"সাক্ষীৰূপ হৈয়া হিয়াৰ ভিতৰে আছা দেব দণ্ডধৰ" (নাম- ঘোষা)

God

বি.

3.

হাতত পবিত্ৰ দণ্ড লৈ ফুৰা এবিধ সন্ন্যাসী

a class of religious mendicants carrying a sacred staff

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

দণ্ডধৰ · অসমীয়া অভিধান