কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘হ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- হাটৰুবাhāṭarubāAdjective
হাটত বেচা কিনা কৰা (বস্ত্ত)
brought or sold in a market
- হাত আখৰুবাAdjective
নিজ-হাতে লিখা।
- হাত লৰhat lorProper Adj.
চোৰ স্বভাৱৰ
Having the habit of stealing.
- হাত-উদিhat-udiProper Adj.
যাৰ টকা-পইচা আৰু সম্পত্তি নাই
one who lacks money and wealth
- হাত-খালিhat-kha.liProper Adj.
যাৰ টকা-পইচা আৰু সম্পত্তি নাই
one who lacks money and wealth
- হাত-ছিগাAdjective
সহায়-শূন্য
deprived of a helper
- হাত-টানhāta-ṭānaAdjective
খৰচ কৰিব নোখোজা; কৱপণ
miserly; close fisted
- হাত-দীঘলhāta-dīghalaAdjective
দূৰৰ বা আনে সহজে নোপোবা বা সহজে কৰিব নোবৰা বস্ত্তকো বোগাৰ কৰিব পৰা; ক্ষমতাশালী
capable of procuring or doing things more easily than others; influential
- হাত-বাগৰাhāta-bāgarāAdjective
আগেয়ে আনে ব্যবহাৰ কৰা
second- hand
- হাত-যোৰ কৰিhat-jo`r ko.riVerbal Adj.
(an action) carried out with grace, warmth and respect
- হাত-লবhāta-labaAdjective
চোৰ প্ৰকৱতিৰ
light-fingered; thievish
- হাতনিhātaniAdjective
সততে বা ঘনাই ব্যবহাৰ কৰা; ; যেনে-হাতনি-পেৰা।
always or often used
- হাতী-খুজীয়াhātī-khujīẏāAdjective
হাতীৰ খোজৰ আকৱতিৰ; হাতীৰ খোজ যেন বহল ডাঙৰ; আহল-বহল; যেনে-"হাতী-খুজীয়া বাটি, হাতী-খুজীয়া আলু"
resembling or as broad as an elephant's footprint
- হাতী-মূৰীয়াhātī-mūrīẏāAdjective
দেখিবলৈ হাতীৰ মুৰটোৰ দৰে
resembling the head of an elephant in shape
- হাতী-শুঁৰীয়াhātī-śum̐rīẏāAdjective
হাতীৰ শুঁৰৰ গঢ়ৰ বা নিচিনা
resembling the tusk of an elephant
- হাতীদঁতীয়াAdjective
হাতী-দাঁতৰ গঢ়ৰ; হাতীৰ দাঁতৰ দৰে গোটা আৰু দীঘল
resembling an elephant-tusk in form; round and long
- হাতে ঢুকি পোৱাha.te dhu.ki po`waProper Adj.
সহজে পাব বা সংগ্ৰহ কৰিব পৰা
suitable or ready for use; of use or service,readily obtainable; accessible
- হাতে হাত ধৰিha.te hat dho.riVerbal Adj.
একেটা কামতে অনেকজনে ধৰি বা হাত লগাই পৰস্পৰে সহায়কৈ কৰা ৷
to do any work by helping each other.
- হাতে-পোবা, হাতে ঢূকি পোবাhāte-pobā, hāte, ḍhūki, pobāAdjective
সহজে পোবা; ওচৰতে পোবা
easily obtainable; close at hand
- হাতে-পোৱাha.te-po`.waProper Adj.
সহজে পাব বা সংগ্ৰহ কৰিব পৰা
suitable or ready for use; of use or service,readily obtainable; accessible