← ফুৰি যাওক

হাতীদঁতীয়া

অৰ্থ

1.

হাতী-দাঁতৰ গঢ়ৰ; হাতীৰ দাঁতৰ দৰে গোটা আৰু দীঘল

resembling an elephant-tusk in form; round and long

বিণ.

2.

হাতীৰ দাঁতেৰে সজা

made of ivory

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

হাতীদঁতীয়া · অসমীয়া অভিধান