কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ধ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ধাৱমানdha.wo.manVerbal Adj.
যি দৌৰি গৈ আছে
one who is running
- ধাৱিতdha.bi.toProper Adj.
গৈ থকা বা সলনি হৈ থকা
something moving or changing.
- ধিক্dhikNoun
ছিঃ; লাজ দিয়া বা নিন্দা কৰা মাত
fie!; shame!
- ধিতিঙাdhitiṅāAdjective
কাম নকৰি হোবা এলেহুবা; কাম নকৰি গা ঘেলাই ফুৰা; ঠেং জোকাৰি ঘূৰি ফুৰা
uninured to work; idle
- ধিপসুAdjective Adj.
সত্য বা প্ৰকৃত তথ্যৰ ওপৰত প্ৰতিষ্ঠিত নোহোৱা বক্তব্য
refers to a statement which is contrary to fact or truth
- ধিৎপিলিঙাdhitpiliṅāAdjective
ধিতিঙা।
- ধীমানdhīmānaAdjective
বুদ্ধিমান
intelligent
- ধীযুক্তdhi.juk.toProper Adj.
জ্ঞান, বুদ্ধিমত্তা আৰু ইন্দ্ৰিয়ানুভূতি থকা, প্ৰকাশ কৰা বা তাৰ দ্বাৰা পৰিচালিত (ব্যক্তি)
having, showing, or dictated by wisdom, prudence, or sensibility
- ধীসম্পন্নdhi.xom.pon.noProper Adj.
জ্ঞান, বুদ্ধিমত্তা আৰু ইন্দ্ৰিয়ানুভূতি থকা, প্ৰকাশ কৰা বা তাৰ দ্বাৰা পৰিচালিত (ব্যক্তি)
having, showing, or dictated by wisdom, prudence, or sensibility
- ধীৰdhīraAdjective
জ্ঞানী; বিজ্ঞ
wise
- ধীৰ-স্থিৰdhir-sthirProper Adj.
ভদ্ৰ আচাৰ-ব্যৱহাৰ বিশিষ্ট (কোনো ব্যক্তি)।
(a person) refined in manners, well-bred and polite.
- ধীৰমনাdhir.mo.naProper Adj.
শান্ত আৰু সুস্থিৰ মনৰ, সমস্যাৰ সন্মুখীন হ’লেও অস্থিৰ নোহোৱা
calm and relaxed, free from agitation especially in times of stress
- ধুঁবা-খুলীয়াdhum̐bā-khulīẏāAdjective
ধন-সম্পত্তি উৰাই হাত- খালি হোবা; ধন সাঁচিৰ নোবৰা; অপব্যয়ী
wasteful; prodigal
- ধুঁৱলি-কুঁৱলিdhu.~wo.li-ku~.wo.liProper Adj.
এনে অপৰিষ্কাৰ বা ধোঁৱাময় অৱস্থা যে দেখা বা শুনাত অসুবিধা।
in a condition full of haze or other noises making it difficult for things to be seen or heard.
- ধুঁৱলী-কুঁৱলীdhu~woli-ku~woliProper Adj.
এনে অপৰিষ্কাৰ বা ধোঁৱাময় অৱস্থা যে দেখা বা শুনাত অসুবিধা।
in a condition full of haze or other noises making it difficult for things to be seen or heard.
- ধুকধুকিdhukadhukiAdjective
সন্দেহত অস্হিৰ; উগুল-থুগুল; যেনে-"তাক শুনি অৰ্জ্জনুৰ মন ধুকধুকি" (মিশ্ৰ-গীতা)।
- ধুতিdhutiAdjective
পথালি শুচি কৰা; যেনে-"ধুতি গা"। গা ধুই শুচি গাত পিন্ধা; ছুবা নথকা; যেনে-"ধুতি কাপোৰ"
ceremonially clean; washed
- ধুনাধুনAdjective
(পু. অ.) অনেক বাৰ বা বৰকৈ মোহাৰি বা টঙনিয়াই ধুনা; কপাহৰ নিচিনা কোমল কৰা; তুলাতুল
softened by crushing
- ধুনীয়াdhunīẏāAdjective
ধুন মৰা; সজ্জিত; শুবনি
beautiful; decorated
- ধুম-নাঙঠdhuma-nāṅaṭhaAdjective
একেবাৰে নাঙঠ; সম্পূৰ্ণ উলঙ্গ
stark naked