← ফুৰি যাওক

ধীৰ-স্থিৰ

dhir-sthir

অৰ্থ

1.

ভদ্ৰ আচাৰ-ব্যৱহাৰ বিশিষ্ট (কোনো ব্যক্তি)।

(a person) refined in manners, well-bred and polite.

প্ৰকৃত বিশেষণ

সমাৰ্থক শব্দ

2.

শান্ত-সমাহিত হোৱা বাবে সন্মানৰ যোগ্য

calm and serious deserving respect.

প্ৰকৃত বিশেষণ

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ধীৰ-স্থিৰ · অসমীয়া অভিধান