কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘জ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- জনাjanāNoun
প্ৰবীৰ বীৰৰ নাক; গঙ্গাৰ কন্যা; নীলধ্বজ ৰজাৰ ভাৰ্য্যা
an ancient war-like woman
- জনা-জনিjanā-janiAdjective
অনেকে জনা; বহুতৰ আগত প্ৰকাশ কৰা
known to many; made public
- জনা-বুজাjanā-bujāAdjective
বহুত দেখি-শুনি হোবা জ্ঞানী
wise; experienced
- জনা-শুনাjanā-śunāAdjective
প্ৰখ্যাত; যাক ভালকৈ জনা গৈছে
well-known
- জনাকীৰ্ণjanākīrṇaAdjective
মানুহেৰে ভৰা
full of people
- জনাজাতjanājātaAdjective
জনা-জনি।
- জনাবুজা লোকjo.na.bu.ja lo’kProper Adj.
যথেষ্ট পঢ়া শুনা আৰু অধ্যয়নৰ পৰা (কাৰিকৰী বিষয়ৰ ক্ষেত্ৰত ইয়াৰ লগতে অনুশীলনী)অৰ্জা জ্ঞানৰ লগতে চিন্তা চৰ্চা কৰিব পৰা আৰু বোধশক্তিত চহকী লোক ৷ জ্ঞানী বা পণ্ডিত লোকৰ সৈতে জড়িত |
having a lot of knowledge and wisdom gained after serious studies and understanding- e.g. a learned professor; connected with or for learned, scholarly people-e.g. a learned response/journal
- জনিতjanitaAdjective
জন্মা; উৎপন্ন-হোবা; যেনে-"চাণুৰাদিঃ মহা মহামল্লঃ বিমোড়ন জনিত তৰাস" (ভটিমা)।
- জন্মকালীনjon.mo.ka.linAdjective Adj.
জন্মৰ সৈতে সমন্ধিত; প্ৰসৱ সমন্ধীয়
relating to/ having to do with child birth/delivery.
- জন্মগতAdjective
উপজি আহোঁতেই লাগি অহা; জন্মৰ লগতে অহা; যেনে -"জন্মগত স্বাভাব"
heredity
- জন্মপূৰ্বjon.mo.pur.boProper Adj.
গৰ্ভৱতী মহিলাক প্ৰদান কৰা চিকিৎসা সমন্ধীয়; জন্মৰ আগৰ চিকিৎসা, যত্ন সমন্ধীয়৷
relating to medical care given to pregnant women.
- জন্মাৱধিjon.ma.bo.dhiProper Adj.
জন্মৰে পৰা বা জন্মৰ সময়ৰে পৰা থকা৷
existing at or dating from birth.
- জপনীয়japanīẏaAdjective
জপিবৰ যোগ্য; ধ্যান কৰিব লগা
fit to be meditated upon
- জপোৱাjo.po`.waVerbal Adj.
বন্ধ, মুদ খোৱা বা জপোৱা (চকু)
not open (as an eye)
- জপ্জপীয়াস জপ্জপ্Adjective
ডাঠ ডাল-পাতেৰে ভৰি থকা; জোপোহা
full of branches and leaves; bushy
- জপ্যjo.pyoVerbal Adj.
ধ্যান বা জপ কৰাৰ যোগ্য
fit to be meditated upon
- জপৰাjo.po.raProper Adj.
নফণিওৱা চুলি থকা
having uncombed hair
- জপৰ্জলjaparjalaAdjective
ভেবা; একো নজনা; জলধা
dull; stupid; slovenly
- জপৰ্জলৌjaparjalauAdjective
ভেবা; একো নজনা; জলধা
dull; stupid; slovenly
- জবকা-ভঁৰিয়া
এবিধ কল।
a variety of plantain