← ফুৰি যাওক

জনা

janā

অৰ্থ

1.

প্ৰবীৰ বীৰৰ নাক; গঙ্গাৰ কন্যা; নীলধ্বজ ৰজাৰ ভাৰ্য্যা

an ancient war-like woman

বি.

2.

দেখি-শুনি হোবা বিজ্ঞ; জ্ঞানী

well-informed; wise

বিণ.

3.

অবগত হোবা; যাক জনা গৈছে; . সক. ধা. অবগত কৰ্; জাননী দি; বুজ দি

known ; to inform

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ