← ফুৰি যাওক

জপ্জপীয়াস জপ্জপ্

অৰ্থ

1.

ডাঠ ডাল-পাতেৰে ভৰি থকা; জোপোহা

full of branches and leaves; bushy

বিণ.

2.

জাবৰেৰে ভৰা; সাৰ পদাৰ্থ বা মঙহতকৈ নোম-পাখি বেছি থকা; যেনে-"চাব মাৰি খোবা চিলনীৰ পাখি জপ্ জপ্"

full to rubbish or useless things

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

জপ্জপীয়াস জপ্জপ্ · অসমীয়া অভিধান