কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ঘ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ঘূৰোৱাghu.ro`.waVerbal Adj.
চক্ৰাকাৰে গতি কৰোৱা, এক অক্ষক কেন্দ্ৰ কৰি
moved in a circular motion, as on an axis
- ঘূৰ্ণায়মানghūrṇāẏamānaAdjective
চক্ৰৰ দৰে পাক লোবা; চকৰিৰ দৰে ঘুৰোবা; যেনে-"কলৰ গতিত গাড়ীৰ চকৰি ঘূৰ্ণায়মান হয়"
made to revolve
- ঘূৰ্ণিতghūrṇitaAdjective
ঘুৰোবা
turned round
- ঘূৰ্ণীয়মানghur.ni.yo.manProper Adj.
নিৰ্দ্দিষ্ট অক্ষক কেন্দ্ৰ কৰি ঘূৰি থকা
moving round an axis
- ঘৃণনীয়ghri.no.ni.yoProper Adj.
লাজ পাবলগীয়া বা অপযশ হ’ব পৰা
causing shame, disgraceful or scandalous.
- ঘৃণাজনকghri.na.jo.nokProper Adj.
ঘিণ কৰিব লগীয়া বা যাক দেখিলেই ঘিণ ওপজে।
causing or able to cause nausea.
- ঘৃণাযোগ্যghri.na.jo`.gyoProper Adj.
ঘিণ কৰিব লগীয়া বা যাক দেখিলেই ঘিণ ওপজে।
causing or able to cause nausea.
- ঘৃণাৰ্হghri.nar.hoProper Adj.
ঘিণ কৰিব লগীয়া বা যাক দেখিলেই ঘিণ ওপজে।
causing or able to cause nausea.
- ঘৃণিতghi.ni.toVerbal Adj.
আনে যাক ঘিণ কৰে
being hated by others
- ঘৃণ্যghri.nyoProper Adj.
ঘিণ কৰিব লগীয়া বা যাক দেখিলেই ঘিণ ওপজে।
causing or able to cause nausea.
- ঘৃষ্টVerbal Adj.
যিটো হাত বা আঙুলিৰ ছালেৰে চুই দিয়া হৈছে বা গাৰ ছালৰ সংস্পৰ্শলৈ আহিছে
came in contact with the skin (of hand, finger etc.)
- ঘেঁকেটীয়াghem̐keṭīẏāAdjective
কৰিবলৈ টান
difficult to do
- ঘেঁটেলাghe~.te.laProper Adj.
ধূলি-মাকতি বা অদৰকাৰী বস্তুৰে পৰিপূৰ্ণ বা আৱৰি থকা।
soiled with dirt; filled with unwanted materials.
- ঘেঁহনীয়াAdjective
ঘেঁহনি-যুক্ত; অস্পষ্ট হৈ ডিঙিৰপৰা ওলোবা (মাত)
uttered with difficulty (as voice)
- ঘেকেটাghekeṭāAdjective
ঘিণ কৰা; অপৰিষ্কাৰ
hateful; bad; unclean
- ঘেটেলাgheṭelāAdjective
মলিযুক্ত; লেতেৰা
dirty
- ঘেন্টেপীয়াghenṭepīẏāAdjective
সৰু আৰু জাক পাতি কমোবা (মাছ)
small and swimming in swarm, said of fish
- ঘেলঘেলীয়াghel.ghe.li.yaAdjective Adj.
বোকাই ঢাকি ৰখা বা বোকাৰে পৰিপূৰ্ণ।
covered in or full of mud (of a surface or solid object).
- ঘেলেং-ঘেটেংghelem-gheṭemNoun
জুলীয়া বস্ত্ত পাত্ৰৰ ভিতৰত লৰিলে বা ঘোদালিলে হোবাৰ নিচিনা শব্দ
sound produced by liquid things when agitated or shaken in a vessel
- ঘেল্ঘেলীয়াghelghelīẏāAdjective
গেল্গেলীয়া।