← ফুৰি যাওক

ঘূৰ্ণায়মান

ghūrṇāẏamāna

অৰ্থ

1.

চক্ৰৰ দৰে পাক লোবা; চকৰিৰ দৰে ঘুৰোবা; যেনে-"কলৰ গতিত গাড়ীৰ চকৰি ঘূৰ্ণায়মান হয়"

made to revolve

বিণ.

2.

চকৰিৰ দৰে গতি কৰা; ঘূৰি থকা; যেনে-"পৱথিবীখন ঘুৰ্ণায়মান"

revolving

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ঘূৰ্ণায়মান · অসমীয়া অভিধান