কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ম’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- মলয়Proper Noun
দাক্ষিণাত্যৰ পশ্চিমঘাট পৰ্বত
the Western ghats.
- মলয়, মলয়া, মলয়া বাবmalaẏa, malaẏā, malaẏā, bābaNoun
ভাৰতৰ দক্ষিণ-পছিমে বোম্বাই প্ৰদেশত থকা পছিমঘাট পৰ্ব্বতৰ উত্কৱষ্ট চন্দন কাঠৰ সুগন্ধ লৈ অহা ধীৰ বতাহ; বসন্তৰ আৰম্ভণিৰেপৰা দক্ষিণ দেশৰপৰা বলা সুগন্ধি আৰু শীতল বতাহ
the breeze blowing from the mountain Malaya at the beginning of the spring
- মলয়-পৰ্বতmo.loy-por.botProper Noun
মৎস্য-পুৰাণ, কুৰ্ম-পুৰাণ, ৰামায়ণ, মহাভাৰত আদিত উল্লেখ থকা এটা পৰ্বতৰ নাম; পশ্চিমঘাট পৰ্বত অথবা বৰ্তমানৰ কেৰেলা ৰাজ্যৰ দক্ষিণ প্ৰান্তত অৱস্থিত আছিল বুলি বিশ্বাস কৰা হয়৷
a range of mountains that were mentioned in the Matsya Purana, the Kurma Purana, and the epics of the Ramayana and the Mahabharata. These mountains are believed to have formed the Southernmost part of the Western Ghats, modern day Kerala.
- মলয়-মাৰুৎmo.loy-ma.rutAbstract Noun
অতি লাহে লাহে বলা বতাহ
A light current of air; a gentle wind
- মলয়-মৰুৎmo.loy-mo.rutAbstract Noun
অতি লাহে লাহে বলা বতাহ
A light current of air; a gentle wind
- মলয়-সমীৰmo.loy-xo.mirAbstract Noun
অতি লাহে লাহে বলা বতাহ
A light current of air; a gentle wind
- মলয়-সমীৰণmo.loy-xo.mi.ronAbstract Noun
অতি লাহে লাহে বলা বতাহ
A light current of air; a gentle wind
- মলয়জNoun
মলয়া বতাহ; যেনে-"মৱগ মদ মলয়জ; মিলিত বহু ভাজিতঃ চন্দন অঙ্গে চৰাই" (বৰগীত)।
- মলয়পৱনmo.loy.po.wonAbstract Noun
অতি লাহে লাহে বলা বতাহ
A light current of air; a gentle wind
- মলয়বাতmo.loy.batAbstract Noun
অতি লাহে লাহে বলা বতাহ
A light current of air; a gentle wind
- মলয়বায়ুmo.loy.ba.yuAbstract Noun
অতি লাহে লাহে বলা বতাহ
A light current of air; a gentle wind
- মলয়াmo.loo.yaProper Noun
বসন্তৰ আৰম্ভণিৰেপৰা দক্ষিণ দিশৰপৰা বলা সুগন্ধি আৰু শীতল বতাহ | ভাৰতৰ দক্ষিণ-পছিমে বোম্বাই (বৰ্তমানৰ মুম্বাই) প্ৰদেশত থকা পছিমঘাট পৰ্ব্বতৰ উত্কৃষ্ট চন্দন কাঠৰ সুগন্ধ লৈ অহা ধীৰ বতাহ |
The frgrant breeze blowing from the south-west at the beginning of the spring. It is believed that the Malaya breeze blows from the Pochimghaat hill nearby Bombay (Mumbai).
- মলয়া-বতাহmo.lo.ya-bo.tahAbstract Noun
অতি লাহে লাহে বলা বতাহ
A light current of air; a gentle wind
- মলয়াচলmalaẏācalaNoun
মলয়-পৰ্ব্বত
the mountain of Malaya
- মলয়ানিলNoun
মলয়া বায়ু।
- মলৰোধmol.ro`dhAbstract Noun
a stomach disease, difficult or infrequent evacuation of feces from bowl
- মশকmaśakaNoun
এবিধ তেজ পিয়া মাখি জাতিৰ কীট; মহ
a mosquito
- মষ্টিষ্কmos.tis.koMaterial Noun
মগজু, আৰু চকু, কাণ, নাক, মুখ আৰু হনু ধাৰণ কৰা মেৰুদণ্ডী প্ৰাণীৰ দেহৰ আটাইতকৈ ওপৰৰ অথবা সমুখৰ অংশ
The uppermost or forwardmost part of the body of a vertebrate, containing the brain and the eyes, ears, nose, mouth, and jaws.
- মসিmasiNoun
চিয়াঁহী
ink
- মসিজীৱীmo.xi.ji.biCommon Noun
কাকত-পত্ৰ লিখি জীৱিকা অৰ্জা লোক
Person employed to keep records, accounts, etc.