← ফুৰি যাওক

মলয়, মলয়া, মলয়া বাব

malaẏa, malaẏā, malaẏā, bāba

অৰ্থ

1.

ভাৰতৰ দক্ষিণ-পছিমে বোম্বাই প্ৰদেশত থকা পছিমঘাট পৰ্ব্বতৰ উত্কৱষ্ট চন্দন কাঠৰ সুগন্ধ লৈ অহা ধীৰ বতাহ; বসন্তৰ আৰম্ভণিৰেপৰা দক্ষিণ দেশৰপৰা বলা সুগন্ধি আৰু শীতল বতাহ

the breeze blowing from the mountain Malaya at the beginning of the spring

বি.

2.

আকাশৰ অতি উচ্চভাগ; যেনে-"শগুণবোৰে মলয়াত বনাই ফুৰিছে"

the highest region of the sky or ethereal region

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ