কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ভ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ভুঁৰুbhum̐ruNoun
পেটৰ ভিতৰত আহাৰ ভৰি থকা আৰু জীণ যোবা জোলোঙা
the stomach
- ভুঁৰুলাbhum̐rulāNoun
ডাঙৰ ভুঁৰু থকা; তল পেট ডাঙৰ; পেটুবা
big-bellied
- ভুকনিNoun
ভুকা কাৰ্য্য।
- ভুকভুকনিbhuk-bhu.ko.niVerbal Noun
কুকুৰৰ চিঞৰ
Sharp explosive cry of a dog
- ভুকুbhukuNoun
মুঠি মৰা হাতেৰে কৰা আঘাত
a blow given with the fist
- ভুকুতিbhukutiNoun
আহাৰ; ভোগ; সুখ (পু. অ.); যেনে-'ভুকুতি মুকুতি নিত কৰতু তোহাৰি" (ভটিমা)
food; possession of happiness
- ভুকুবা-ভুকুNoun
এজনে আনজনক অনেকবাৰ ভুকুবা কাৰ্য্য
mutual striking with the fist repeatedly
- ভুক্তভোগীbhuktabhogīNoun
একে ৰকমৰ ভোগ কৰা বা কষ্ট পোবা লোক
a sufferer from a similar cause like another
- ভুক্তাৱশিষ্টbhuk.ta.wo.xis.toMaterial Noun
খোৱাৰ পিচত ৰৈ যোৱা অথবা এৰি অহা খাদ্যভাগ ৷
The remnant of food eaten; portion of food left after eating.
- ভুক্তাৱশেষbhuk.ta.bo.xexMaterial Noun
খোৱাৰ পিচত ৰৈ যোৱা অথবা এৰি অহা খাদ্যভাগ ৷
The remnant of food eaten; portion of food left after eating.
- ভুক্তিbhuk.tiVerbal Noun
ভাত পানী বা আন কোনো আহাৰ খোৱা কাৰ্য৷
The act of consuming food.
- ভুগ্Material Noun
নামঘৰ বা মন্দিৰত দেৱতাক নিবেদন কৰা নৈবেদ্য (মাহ, কল, কুঁহিয়াৰ ইত্যাদি)।
fruits and vegetarian food offered to Hindu God/Goddess
- ভুচিbhuciNoun
ধান, মাহ আদিৰ চোকোৰা; তুঁহগুড়ি
husk of paddy, etc.; chaff
- ভুচীbhu.siAbstract Noun
Husk of cereal grains like ground wheat, etc.
- ভুচুংপহুbhucumpahuNoun
উপহাসৰ পাত্ৰ; অকামিলা মানুহ
a ridiculous or worthless man
- ভুজbhujaNoun
বাহু; হাত
the arm; the hand
- ভুজংbhujamNoun
কথাৰ নাল।
- ভুজগbhujagaNoun
সাপ
a snake
- ভুজঙ্গbhujaṅgaNoun
সাপ
a snake
- ভুজঙ্গমbhujaṅgamaNoun
সাপ
a snake