← ফুৰি যাওক

ভুকুতি

bhukuti

অৰ্থ

1.

আহাৰ; ভোগ; সুখ (পু. অ.); যেনে-'ভুকুতি মুকুতি নিত কৰতু তোহাৰি" (ভটিমা)

food; possession of happiness

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ভুকুতি · অসমীয়া অভিধান