← ফুৰি যাওক

ভুক্তাৱশেষ

bhuk.ta.bo.xex

অৰ্থ

1.

খোৱাৰ পিচত ৰৈ যোৱা অথবা এৰি অহা খাদ্যভাগ ৷

The remnant of food eaten; portion of food left after eating.

বস্তুবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ভুক্তাৱশেষ · অসমীয়া অভিধান