কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কমল-সম্ভৱko.mol-xom.bhobProper Noun
জগত বা ব্ৰহ্মাণ্ডৰ সৃষ্টি কৰোঁতা, ত্ৰিমূৰ্তিৰ প্ৰথমজন দেৱতা ৷
One of the trilogy of Hindu Mythology. Considered to be the creator of the Universe.
- কমলযোনিko.mol.jo`.niProper Noun
জগত বা ব্ৰহ্মাণ্ডৰ সৃষ্টি কৰোঁতা, ত্ৰিমূৰ্তিৰ প্ৰথমজন দেৱতা ৷
One of the trilogy of Hindu Mythology. Considered to be the creator of the Universe.
- কমললোচনko.mProper Noun
হিন্দু ধৰ্মৰ তিনিজন প্ৰধান উপাস্য দেৱতাৰ মাজৰ এজন৷
One of the principal Hindu deities
- কমলাkamalāNoun
লক্ষ্মী।
- কমলা টেঙাko.mo.la tengaCommon Noun
ৰঙা আৰু হালধীয়া ৰঙৰ সংমিশ্ৰণত সৃষ্টি কৰিব পৰা একে নামৰ ৰঙৰ (কমলা) এক টেঙা জাতীয় ফল
a citrus fruit with a color that can be produced by mixing red and yellow known by the same name (orange).
- কমলা-টেঙাkamalā-ṭeṅāNoun
এবিধ সৰু জাতৰ সুমথিৰা টেঙা; টেঙা
a variety of orange
- কমলাকান্তko.mo.la.kan.toProper Noun
হিন্দু ধৰ্মৰ তিনিজন প্ৰধান উপাস্য দেৱতাৰ মাজৰ এজন৷
One of the principal Hindu deities
- কমলাক্ষীk0.mo.la.khyiProper Noun
হিন্দু বিশ্বাস অনুসৰি জ্ঞান, শিক্ষা, সংগীত আৰু কলাৰ দেৱী৷
Hindu goddess of knowledge, learning, music and all forms of creative art.
- কমলাপতিkamalāpatiNoun
লক্ষ্মীৰ স্বামী; বিষ্ণু।
- কমলালয়াko.mo.la.lo.yaProper Noun
হিন্দু বিশ্বাস অনুসৰি ধন সম্পত্তিৰ দেৱী৷ ভগৱান বিষ্ণুৰ পত্নী৷
the goddess of wealth according to Hindu faith. Wife of Lord Vishnu and daughter of Lord Shiva and Parvati, thus sister of Ganesh and Saraswati.
- কমলাসনkamalāsanaNoun
ব্ৰহ্মা
a name of Brahmā
- কমলাসনাko.mo.la.xo.naProper Noun
হিন্দু বিশ্বাস অনুসৰি ধন সম্পত্তিৰ দেৱী৷ ভগৱান বিষ্ণুৰ পত্নী৷
the goddess of wealth according to Hindu faith. Wife of Lord Vishnu and daughter of Lord Shiva and Parvati, thus sister of Ganesh and Saraswati.
- কমলিkamaliNoun
কম্বল; যেনে-"লেপ তুলি কমলিত সদায়ে শয়ন কৰা" (ৰামায়ণ)।
- কমলিকাko.mo.li.kaProper Noun
হিন্দু বিশ্বাস অনুসৰি ধন সম্পত্তিৰ দেৱী৷ ভগৱান বিষ্ণুৰ পত্নী৷
the goddess of wealth according to Hindu faith. Wife of Lord Vishnu and daughter of Lord Shiva and Parvati, thus sister of Ganesh and Saraswati.
- কমলিধৰাNoun
ডাঙৰ লোকৰ কমলি লৈ লগত ফুৰোঁতা
a blanket-bearer
- কমলিনীkamalinīNoun
পদুম; কমল
a lotus
- কমাkamāNoun; Intransitive verb
দাঁড়ি-মূৰ খুৰা
to shave
- কমাৰkamāraNoun
লো খুন্দি বস্ত্ত তৈয়াৰ কৰা মানুহ; লোৰ কাম কৰোঁতা
a blacksmith
- কমিউনিষ্টko.miu.nistCommon Noun
সাম্যবাদত বিশ্বাসী লোক, সাম্যবাদৰ সমৰ্থক৷
who believes in communism, a supporter of the communism.
- কমিউনিষ্ট মেনিফেষ্টোko.miu.nist me.ni.fes.to`Proper Noun
মাৰ্ক্স আৰু এঞ্জেলচে লেখা পুস্তিকা কমিউনিষ্ট দলৰ মেনিফেষ্ট৷ পৃথিৱী সলনি কৰিব পৰা কিতাপ৷
The Communist Manifesto (originally Manifesto of the Communist Party) is an 1848 political pamphlet by German philosophers Karl Marx and Friedrich Engels. It is considered as one of the most influencil book that changed the world.