← ফুৰি যাওক

কমলিনী

kamalinī

অৰ্থ

1.

পদুম; কমল

a lotus

বি.

2.

অতি শুবনী আৰু সুলক্ষণা তিৰোতা; পদ্মিনী তিৰোতা

a beautiful woman

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কমলিনী · অসমীয়া অভিধান