কমা
kamā
অৰ্থ
1.
দাঁড়ি-মূৰ খুৰা
to shave
বি. অক. ধা.
2.
সাজ্; গঢ়্
to make
সক. ধা.
3.
পদ বা বাক্য পঢ়োঁতে ৰ'ব লাগিলে তাৰ চিন; এই চিন।
comma
বি.
4.
হ্ৰাস কৰ্; তাকৰ বা ন্যূন কৰ্; টুটা
to abate; to lessen
সক. ধা.
5.
পেৰাৰ আগেয়ে কপাহ ফঁহিয়া বা কপাহৰ আঁহ মুকলি কৰ্
to clean and straighten the fibres of cotton before ginning
সক. ধা.
6.
পুং বা নৈত স্বাভাবিকতে উৎপন্ন হোবা সোণ পৰিষ্কাৰ কৰি উলিয়া
to wash for gold
সক. ধা.
7.
কমনিয়া; পানীৰ ওপৰত সাঁতুৰি ফুৰ্ (মাছ)
to swim on the surface of water as fish
অক. ধা.
8.
দুখত পৰি ঘূৰি ফুৰ্
to wander about in distress
অক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ