কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বিনীতbinītaAdjective
নম্ৰ; অহঙ্কাৰ নথকা
mild; gentle
- বিনোদbinodaNoun
ৰং ধেমালি; আহ্লাদ; ৰহস্য
amusement; pastime; pleasure
- বিনোদিতAdjective
শোভিত
adorned
- বিন্দাচProper Adj.
কোনো মানসিক চাপ নোলোৱাকৈ
without any tension
- বিন্দুমাত্ৰbin.du.mat.roProper Adj.
অলপ পৰিমাণে, সামান্য পৰিমাণে ।
in small numbers or quantities
- বিন্যস্তbi.nyos.toProper Adj.
দেখাত পৰিষ্কাৰ আৰু সজীৱ
neat and smart in appearance
- বিন্যাসগতbi.nayax.go.toAdjective Adj.
(বাক্য) গাঠনি সম্পৰ্কীয়; বাক্যবিন্যাসৰ সৈতে জড়িত
of or related to (sentence) construction/ syntax
- বিনয়ীbi.no.yiProper Adj.
সন্মান আৰু সম্ভ্ৰম সহকাৰে কথা কোৱা বা আচৰণ কৰা
speaking or behaving with respect and dignity
- বিনয়য়ুক্তbi.noy.juk.toProper Adj.
সন্মান আৰু সম্ভ্ৰম সহকাৰে কথা কোৱা বা আচৰণ কৰা
speaking or behaving with respect and dignity
- বিপক্ষbipakṣaNoun
বিৰোধী মানুহ; শত্ৰুৰ ফলীয়া মানুহ; শত্ৰু
an opposite party; an antagonist; an adversary
- বিপত্তিহীনbi.pot.ti.hinProper Adj.
হানি-বিঘিনিৰ পৰা বচাই ৰাখিব পৰা কোনো বস্তু বা জীৱ
sth/sb that can protect from harms
- বিপত্নীকbipatnīkaAdjective
যাৰ পত্নী মৰিছে
widower
- বিপথগামীAdjective
বেয়া আচৰণ কৰা; অন্যায় বা মন্দ পথত চলা
following an evil course
- বিপথীProper Adj.
স্বাভাৱিক বা গ্ৰাহ্য পথৰ পৰা বিচলিত৷
deviated from what is normal or accepted.
- বিপদগ্ৰস্তAdjective
বিপদত পৰা
fallen into danger; involved in misfortune
- বিপদজনকbi.pod.jo.nokProper Adj.
হানি কৰিব পৰা যিকোনো বস্তু, জীৱ, পৰিস্থিতি আদি।
sth/sb that can cause harm.
- বিপদমুক্তProper Adj.
হানি-বিঘিনিৰ পৰা বচাই ৰাখিব পৰা কোনো বস্তু বা জীৱ
sth/sb that can protect from harms
- বিপদসঙ্কুলbi.pod.xong.kulProper Adj.
হানি কৰিব পৰা যিকোনো বস্তু, জীৱ, পৰিস্থিতি আদি।
sth/sb that can cause harm.
- বিপন্নbipannaAdjective
বিপদগ্ৰস্ত।
- বিপ্ৰতীপbi.pro.tipProper Adj.
উভয়ৰে ক্ষেত্ৰত খটা কেতবোৰ বিষয়, যেনেঃ প্ৰকৃতি, গুণাগুণ, দিশ, ফলাফল বা গুৰুত্বৰ ক্ষেত্ৰত একেবাৰে নিমিলা ধৰণৰ।
contrary or radically different in some respect common to both, as in nature, qualities, direction, result, or significance.