← ফুৰি যাওক

বিনোদ

binoda

অৰ্থ

1.

ৰং ধেমালি; আহ্লাদ; ৰহস্য

amusement; pastime; pleasure

বি.

2.

পৰিহাস; নিন্দা; যেনে-"উপলা-সদৱশ ভৈল বিনোদৰ পাত্ৰ" (নামঘোষা)

joke; derision; ridicule

বি.

3.

আমোদজনক; ধেমেলীয়া

amusing; playful

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ