← ফুৰি যাওক

বিপক্ষ

bipakṣa

অৰ্থ

1.

বিৰোধী মানুহ; শত্ৰুৰ ফলীয়া মানুহ; শত্ৰু

an opposite party; an antagonist; an adversary

বি.

2.

শত্ৰুৰ ফলীয়া; অহিত কৰা

inimical

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ