কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ক্ষয়-ক্ষতি কৰ্Verb-Trans.
কোনো বস্তু শক্তি প্ৰয়োগ কৰি ভাগ ভাগ কৰি ব্যৱহাৰৰ অনুপযোগী কৰি তোল্।
To render useless or ineffective by tear down or break up.
- ক্ষয়কাৰীkhyoy.ka.riVerbal Adj.
লাহে-লাহে বেয়াৰ ফাললৈ ঢাল খোৱা (ৰোগ বা অৱস্থা)।
(of a disease or condition) getting steadily worse.
- ক্ষৰিতkhyo.ri.toAdjective Adj.
যিটো বাহিৰ হৈছে তেনে পনীয়া বস্তু ৷
Some liquid that has been released slowly.
- ক্ষৰ্kṣarIntransitive verb
টোপা-টোপকৈ পৰ্; অলপ অলপকৈ পৰ্
to fill by drops; to dribble
- ক্ৰন্দনkron.donVerbal Noun
শোকত বা দুখত চকুলো উলিওৱা কাৰ্য্য
the act of shedding tears
- ক্ৰন্দনসিক্তVerbal Adj.
কান্দি থকা ব্যক্তি।
a person who weeps.
- ক্ৰন্দনৰতkron.don.ro.toVerbal Adj.
কান্দি থকা ব্যক্তি।
a person who weeps.
- ক্ৰন্দনৰতাVerbal Adj.
কান্দি থকা ব্যক্তি।
a person who weeps.
- ক্ৰমশঃkramaśaḥAdverb
এটাৰ পাছত আনটো; ক্ৰমে ক্ৰমে; লাহে লাহে
one after another; gradually; by degrees
- ক্ৰমাগতভাৱেkro.ma.go.to.bha.beAdverb
এটা স্তৰ বা অৱস্থাৰ পৰা আনটোলৈ ক্ৰমান্বয়ে।
from one stage to the next in sequence.
- ক্ৰমাগতেkro.ma.go.teAdverb
এটাৰ পিচত আনটো হৈ; নিয়মিত গতি অনুসৰি |
In proper order or sequence.
- ক্ৰমাতkramātaAdverb
ক্ৰমাগতে।
- ক্ৰমানুসাৰেkro.ma.nu.xa.reAdverb
এটাৰ পিচত আনটো হৈ; নিয়মিত গতি অনুসৰি |
In proper order or sequence.
- ক্ৰমান্বয়েkramānbaẏeAdverb
নিয়মিত গতি অনুসৰি ইটোৰ পাছত সিটো হৈ; ক্ৰমে; ক্ৰমশঃ; লাহে লাহে
successively; in regular order
- ক্ৰমাৎkramātAdverb
ক্ৰমাগতে।
- ক্ৰমেkrameAdverb
ক্ৰমান্বয়ে।
- ক্ৰমে ক্ৰমেkrame, krameAdverb
লাহে লাহে; ক্ৰম অনুসাৰে
by degtees; gradually
- ক্ৰমে-ক্ৰমেkro.me-kro.meAdverb
এটা স্তৰ বা অৱস্থাৰ পৰা আনটোলৈ ক্ৰমান্বয়ে।
from one stage to the next in sequence.
- ক্ৰীড়্krīṛIntransitive verb
ক্ৰীড়া কৰ্; ধেমালি কৰ্; ৰং কৰ্; ওমল্
to play; to sport
- ক্ৰুচত দেkru.sot deVerb-Trans.
ক্ৰুছ বা যোগ চিহ্নৰ আকৃতিৰ খুটাত গঁজাল মাৰি মৃত্যুদণ্ড দে
put someone to death by nailing in a cross