← ফুৰি যাওক

ক্ৰমান্বয়ে

kramānbaẏe

অৰ্থ

1.

নিয়মিত গতি অনুসৰি ইটোৰ পাছত সিটো হৈ; ক্ৰমে; ক্ৰমশঃ; লাহে লাহে

successively; in regular order

ক্ৰি. বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ক্ৰমান্বয়ে · অসমীয়া অভিধান