কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- সাত্ত্বিকsāttbikaAdjective
সত্গুণ থকা; ধাৰ্মিক; সাধু; সৎ
honest; virtuous; unselfish
- সাত্বকxat.tokProper Adj.
স্বৰ্গ বা ঈশ্বৰ সম্পৰ্কীয়
related to the heaven or the God
- সাত্বিকxat.tikProper Adj.
স্বৰ্গ বা ঈশ্বৰ সম্পৰ্কীয়
related to the heaven or the God
- সাদিনীয়াxa.di.ni.yaProper Adj.
সপ্তাহত বা সাত দিনৰ মূৰত এবাৰ হোৱা
Happening once a week or every seven days
- সাদৃশ্যমূলকProper Adj.
আন কিহবাৰে সৈতে কিবা মিল থকা, তুলনা কৰিব পৰা
similar in some way to another thing, compara
- সাদৃশ্যহীনProper Adj.
এটাৰ আনটোৰ লগত চৰিত্ৰ, গুণা-গুণ, বা অৱয়বৰ মিল নথকা ৷
Not the same as another or each other; unlike in nature, form, or quality.
- সাদৰীxa.do.riProper Adj.
যাক ভাল পোৱা যায়৷
something that is loved
- সাধাsādhāAdjective
সৰল; নম্ৰ
plain; simple
- সাধাৰণীকৃতxa.dha.ro.ni.kri.toVerbal Adj.
কোনো নিৰ্দ্দিষ্ট তথ্য, পৰিসংখ্যা আদিৰ ভিত্তিত সাধাৰণভাৱে দিয়া (সিদ্ধান্ত বা মন্তব্য)।
inferred (a general principle, trend, etc.) from particular facts, statistics, or the like.
- সাধিতsādhitaAdjective
নিষ্পাদিত; সম্পন্ন
done; accomplished
- সাধুsādhuAdjective
ধৰ্মপৰায়ণ; ধাৰ্মিক; পুণ্যাত্মা; সন্ত
piousl virtuous
- সাধ্যsādhyaAdjective
সিদ্ধি কৰিব পৰা; ফল লাভ কৰিব পৰা
accomplishable; practicable
- সান-মিহলিxan-mi.ho.liProper Adj.
বহু প্ৰকাৰৰ গুণ-বিশিষ্ট
having differing characteristics
- সানন্দsānandaAdjective
আনন্দযুক্ত; আনন্দিত; . ক্ৰি. বিণ. সানন্দে
cheerful ; with pleasure
- সানুনয়sānunaẏaAdjective
বিণীত; মিনতি-যুক্ত
humble; respectful
- সান্দ্ৰxan.droProper Adj.
তুলনামূলকভাৱে অধিক সান্দ্ৰতা গুণ থকা তৰল পদাৰ্থ|
Having a relatively high resistance to flow.
- সান্দৰ্ভিকProper Adj.
বাকধাৰাৰ সৈতে জড়িত
relating to discourse
- সান্ধ্যsāndhyaAdjective
সন্ধ্যাকালৰ।
- সান্নিপাতিকsānnipātikaAdjective
সন্নিপাতৰপৰা হোৰা; বায়ু; পিত্ত, কফ এই তিনি ধাতুৰ বিকাৰৰপৰা উৎপন্ন হোবা
caused by a morbid state of the three humours of the body
- সাপ্তাহিকxap.ta.hikProper Adj.
সপ্তাহত বা সাত দিনৰ মূৰত এবাৰ হোৱা
Happening once a week or every seven days