← ফুৰি যাওক

সাধ্য

sādhya

অৰ্থ

1.

সিদ্ধি কৰিব পৰা; ফল লাভ কৰিব পৰা

accomplishable; practicable

বিণ.

2.

সাধন কৰাৰ শক্তি বা ক্ষমতা; . সাধ্য- মানে ক্ৰি. বিণ. পৰা-পক্ষত; শক্তি-অনুসাৰে; যিমান পাৰি; . সাধ্যহীন বিণ. অপাৰগ; বল বা শক্তি নথকা; . সাধ্যাতীত [সং.] বিণ. সাধ্যাৰ অতীত বা বাহিৰ; অসাধ্য; সাধন কৰিব নোবৰা (কাম) অসমৰ্থ

ability. or power to accomplish ; as much as can be done ; incapable ; beyond one's ability, strength or power

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

সাধ্য · অসমীয়া অভিধান